--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ২৮ তাৰিখৰ পৰা ৪ দিনলৈ একালেথাৰিকৈ থাকিব বেংক বন্ধ৷ এই সপ্তাহত ৩১ তাৰিখলৈ থাকিব বেংক বন্ধ৷ যাৰবাবে বেংকৰ গ্ৰাহকে আজিয়েই জৰুৰী কাম কৰাৰ বাবে তৎপৰ হৈ পৰিছে৷ অৱশ্য ঠাইভেদে হ'ব বন্ধৰ তালিকাও ভিন্ন৷ ৰিজাৰ্ভ বেংকৰ বন্ধৰ তালিকা অনুসৰি কেন্দ্ৰীয় বেংকসমূহ আগষ্ট মাহত ১৫ দিন বন্ধ থাকে।

সময় যোৱাৰ লগে লগে, বন্ধৰ দিন ক্ৰমান্বয়ে সমাপ্ত হৈছে। এই মাহৰ ২৮ আগষ্টৰ পৰা ৩১ আগষ্টলৈ বেংক বন্ধ থাকিব। অৱশ্যে, এই সময়ছোৱাত অনলাইন বেংকিং আৰু এটিএম সেৱা কাৰ্যকৰী হ'ব। আৰবিআইৰ তালিকাত বিভিন্ন ৰাজ্যৰ বাবে বিভিন্ন বন্ধৰ তালিকা দিয়া হৈছে।

সেই অনুসৰি, এই সপ্তাহত চাৰি দিনৰ ছুটি ঠিক কৰা হৈছে। অবশ্যে সকলো ৰাজ্যৰ বাবে বন্ধৰ দিন একে নহয়। ২৮আগষ্ট অৰ্থাৎ চতুৰ্থ শনিবাৰে বন্ধ থাকিব বেংক। ২৯ আগষ্ট অৰ্থাৎ দেওবাৰে বেংক বন্ধ থাকিব। ৩০ আগষ্ট সোমবাৰে জন্মাষ্টমী উপলেক্ষে থাকিব বন্ধ৷ ৩১ আগষ্ট শ্রীকৃষ্ণ জন্মাষ্টমীৰ বাবে হায়দৰাবাদত বেংক বন্ধ থাকিব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা