--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চাইবাৰ অপৰাধীয়ে একাউণ্টসমূহত লেনদেন কৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধন। ইতিমধ্যে ভুৱা চিমকাৰ্ড প্ৰস্তুত কৰা চক্ৰটোৰ বিৰুদ্ধে CIDৰ চাইবাৰত ৰুজু হৈছে ১/২৬ ত গোচৰ।

ডিজিটেল ডেস্ক: ভুৱা চিম কাৰ্ডকলৈ ৰাজ্যজুৰি অভিযান অব্যাহত CIDৰ চাইবাৰ শাখাৰ। পুনৰ CIDৰ চাইবাৰ আৰক্ষীৰ জালত আন ৩ অভিযুক্ত।


মৰিগাঁও লাঘৰিঘাট,নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত ৩ চাইবাৰ অপৰাধী। যুৱতী-মহিলাসকলক টাৰ্গেট কৰিছিল চাইবাৰ চক্ৰটোৱে। 


হস্ততাত বয়নশিল্পত প্ৰশিক্ষণ দিয়াৰ প্ৰলোভনেৰে পান কাৰ্ড, আধাৰ কাৰ্ড সংগ্ৰহ কৰে চক্ৰটোৱে।


সেই নথিপত্ৰৰে বিভিন্ন বেংকত চক্ৰটোৱে খোলে বেংক একাউণ্ট। পৰৱৰ্তী সময়ত সেই বেংক একাউণ্টসমূহ চক্ৰটোৱে যোগান ধৰে বিভিন্ন চাইবাৰ অপৰাধীক।


চাইবাৰ অপৰাধীয়ে একাউণ্টসমূহত লেনদেন কৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধন। ইতিমধ্যে ভুৱা চিমকাৰ্ড প্ৰস্তুত কৰা চক্ৰটোৰ বিৰুদ্ধে CIDৰ চাইবাৰত ৰুজু হৈছে ১/২৬ ত গোচৰ। 


বিভিন্ন প্ৰান্তত অভিযান চলাই চাইবাৰ আৰক্ষীয়ে চক্ৰটোৰ ৫ সদস্যক গ্ৰেপ্তাৰ কৰে।


পুনৰ সোমাবাৰে নিশা জেহেৰুল ইছলাম, মেহদী আলম জিন্নাহ আৰু গালীব ইজাজ আহমেদ জালত পৰে চাইবাৰ আৰক্ষীৰ।


বৰ্তমানলৈ ভুৱা চিম প্ৰস্তুত কৰা চক্ৰটোৰ ৮ সদস্য জালত পৰে আৰক্ষীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ