--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইয়াৰ উপৰিও নিউ কলনীৰ শনি মন্দিৰ, গৌতম দাসৰ দোকান আৰু ব্ৰিক ফিল্ড কলনীৰ গণেশ মন্দিৰতো চোৰে তলা ভাঙি চুৰিৰ চেষ্টা চলোৱায় যদিও চুৰি কৰিবলৈ সক্ষম হোৱা নাই।

ডিজিটেল ডেস্ক: লামডিঙত পুনৰ সংঘটিত হৈছে চুৰিৰ ঘটনা। লামডিঙত এইবাৰ চোৰৰ টাৰ্গেট ভগবানৰ মন্দিৰ। নিশা লামডিং নিউ কলনীত কেইবাটাও মন্দিৰত চোৰৰ অভিযান।


লামডিং নিউ কলনীত অৱস্থিত আনন্দময়ী কালী মন্দিৰ, আফাই কালী মন্দিৰত চোৰে তলা ভাঙি মন্দিৰত থকা ভগৱানৰ সোণ-ৰূপৰ অলংকাৰৰ লৈ যায় নিউ কলনীৰ আনন্দময় কালী মন্দিৰত দান পাত্ৰ ভাঙি নগদ ধন লুটি নিয়ে।


ইয়াৰ উপৰিও নিউ কলনীৰ শনি মন্দিৰ, গৌতম দাসৰ দোকান আৰু ব্ৰিক ফিল্ড কলনীৰ গণেশ মন্দিৰতো চোৰে তলা ভাঙি চুৰিৰ চেষ্টা চলোৱায় যদিও চুৰি কৰিবলৈ সক্ষম হোৱা নাই।


লামডিং আৰক্ষী তদন্ত আৰম্ভ কৰিছে যদিও একে নিশা লামডিঙত কেইবাটাও মন্দিৰত চুৰিৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে আৰক্ষীক চোৰক গ্ৰেপ্তাৰ কৰি উপযুক্ত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ