--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনাৰ খবৰ পোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো লোকে খবৰ নোলোৱাৰ বাবে ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোক।

ডিজিটেল ডেস্ক: শ্ৰীভূমি চহৰত শোকাৱহ দুৰ্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ। বিদ্যুৎ পৰিবাহী তাঁৰ ঠিক কৰিবলৈ গৈ বিদ্যুতৰ সংস্পৰ্শলৈ আহি খুঁটাৰ পৰা বাগৰি পৰি মৃত্যু কৰ্মচাৰীগৰাকীৰ। 


মৃত্যু হোৱা কৰ্মচাৰীগৰাকীৰ নাম লক্ষণ চক্ৰৱৰ্তী। ঘটনাৰ পিছত স্থানীয় ৰাইজে লক্ষণ চক্ৰৱৰ্তীক অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে লক্ষণ চক্ৰৱৰ্তীক মৃত বুলি ঘোষণা কৰে। 


ঘটনাৰ খবৰ পোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো লোকে খবৰ নোলোৱাৰ বাবে ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোক। 


মৃত লক্ষণ চক্ৰৱৰ্তীৰ ঘৰ চহৰৰ পুৰণি মিছন ৰোডত বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ