--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তিনিও চোৰৰ ঘৰ দক্ষিণ শালমাৰা থানা এলেকাৰ চেবল্টৰী গাঁৱত। আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা বুজন পৰিমাণৰ ৰড আৰু তাঁৰসমূহ L&T কোম্পানীৰ ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ সামগ্ৰী আছিল ৷

ডিজিটেল ডেস্ক: দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ চেবল্টাৰী অঞ্চলত দক্ষিণ শালমাৰা আৰক্ষীয়ে ধুবুৰী ফুলবাৰী দলংৰ L&T কোম্পানীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই প্ৰায় ২মেট্টিক টন চুৰি লোহাৰ ৰড আৰু বৈদ্যুতিক কেবল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 


উল্লেখিত সামগ্ৰীসমূহ তিনিজন ব্যক্তিৰ চৌহদত মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছে।


হাবিবৰ ৰহমান (৬০), আব্দুল বশিত (২৬) আৰু সাহিদুৰ (২০) নামৰ তিনিটা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 


তিনিও চোৰৰ ঘৰ দক্ষিণ শালমাৰা থানা এলেকাৰ চেবল্টৰী গাঁৱত। আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা বুজন পৰিমাণৰ ৰড আৰু তাঁৰসমূহ L&T কোম্পানীৰ ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ সামগ্ৰী আছিল ৷


ইতিমধ্যে আৰক্ষীয়ে তিনিওজনক গ্ৰেপ্তাৰ কৰি চুৰি সামগ্ৰী সন্দৰ্ভত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ