--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষী সূত্ৰে জনোৱা মতে, ট্ৰাকখন মেঘালয়ৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল। সন্দেহৰ ভিত্তিত কালাইনছড়া ট’ল গেটত তালাচী চলোৱাৰ পিছতে এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হয়।

ডিজিটেল ডেস্ক: মেঘালয়ৰ পৰা বৰাক উপত্যকাত প্ৰৱেশ পথত অবৈধভাৱে বৃহৎ পৰিমাণৰ বিদেশী সুৰা সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে এখন ট্ৰাক জব্দ কৰিছে। 


৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইনছড়া ট’ল গেটত তালাচী চলাই ট্ৰাকখনৰ পৰা মুঠ ৮২ কাৰ্টন বিদেশী সুৰাৰ বটল জব্দ কৰা হয়।


আৰক্ষী সূত্ৰে জনোৱা মতে, ট্ৰাকখন মেঘালয়ৰ পৰা মিজোৰামলৈ ৰাওনা হৈছিল। সন্দেহৰ ভিত্তিত কালাইনছড়া ট’ল গেটত তালাচী চলোৱাৰ পিছতে এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।


ঘটনাটোৰ সন্দৰ্ভত ট্ৰাক চালক বদৰপুৰ কান্দিগ্ৰাম নিবাসী কমৰুল ইছলামক আৰক্ষীয়ে আটক কৰিছে। তেওঁক সোধ-পোছ কৰি সৰবৰাহ চক্ৰৰ সৈতে আৰু কোন কোন জড়িত আছে সেয়া তদন্ত কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ