--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কুকুৰৰ মাত আৰু গতিবিধি প্ৰত্যক্ষ কৰি স্থানীয় বাসিন্দাই লাজুকী বান্দৰটো উদ্ধাৰ কৰে ।

ডিজিটেল ডেস্ক: বিশ্বৰ বিলুপ্তপ্ৰায় লাজুকী বান্দৰৰ পোৱালি এইবাৰ উদ্ধাৰ বোকাখাতৰ ম’হমাইকী গাঁৱত। নিশা ম’হমাইকী গাঁৱৰ এঘৰ মানুহৰ সন্মুখৰ ৰাজপথত বগাই থকা অৱস্থাত কুকুৰে খেদি যায় লাজুকী বান্দৰৰ পোৱালিটো।


কুকুৰৰ মাত আৰু গতিবিধি প্ৰত্যক্ষ কৰি স্থানীয় বাসিন্দাই লাজুকী বান্দৰটো উদ্ধাৰ কৰে ।


উদ্ধাৰকাৰী দলটোৰ তৎপৰতাত আৰু উপস্থিত সাংবাদিক সকলৰ খবৰৰ ভিত্তিত কাজিৰঙাৰ বন বিভাগে চমজি লয় উদ্ধাৰকৃত লাজুকী বান্দৰৰ পোৱালিটো ।


বন বিভাগৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ বনকৰ্মচাৰীৰ মতে অঞ্চলটোত লাজুকী বান্দৰৰ অৱস্থিতি থকাৰ সম্ভাৱনা, কাৰণ ওচৰে পাজৰে লাজুকী বান্দৰ পোৱালিটোৰ পৰিয়াল থকাৰ সম্ভাৱনা আছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ