--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশকৰ আগতে পুৰাতত্ত্ববিদসকলে মাটি খান্দি এটা বটল উদ্ধাৰ কৰিছিল। গৱেষণাৰ মতে বিশ্বৰ আটাইতকৈ পুৰণি লিপষ্টিক বটলটোৰ ভিতৰত আছে। বয়স ৩৭০০ বছৰ। ইৰাণৰ দক্ষিণৰ জিৰোফাত অঞ্চলত এই প্ৰসাধন সামগ্ৰী পোৱা গৈছিল।

২০০১ চনত পুৰাতত্ত্ববিদসকলে জিৰ’ফাট অঞ্চলৰ পৰা এটা বটলৰ ভিতৰত লিপষ্টিক উদ্ধাৰ কৰে। এটা উজ্জ্বল ৰঙা ৰঙৰ লিপষ্টিক। প্ৰসাধন সামগ্ৰীসমূহ পোৱা গ’লেও ইয়াৰ বয়সৰ বিষয়ে পুৰাতত্ত্ববিদসকলে নিশ্চিত হ’ব পৰা নাছিল। প্ৰায় দুটা দশকৰ গৱেষণাৰ অন্তত তেওঁলোকে এই প্ৰসাধন সামগ্ৰীৰ সঠিক বয়স নিৰ্ণয় কৰিলে।

ৰেডিঅ’কাৰ্বন ডেটিং ব্যৱহাৰ কৰি ইয়াৰ বয়স নিৰ্ণয় কৰি তেওঁলোকে গম পালে যে এইটোৱেই বিশ্বৰ আটাইতকৈ পুৰণি লিপষ্টিক। এই ৩৭০০ বছৰীয়া লিপষ্টিকটো খ্ৰীষ্টপূৰ্ব ১৬৮৭ চনত নিৰ্মাণ কৰা হৈছিল বুলি Scientific Reports নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

পুৰাতত্ত্ববিদসকলৰ মতে এই লিপষ্টিক মূলতঃ হেমাটাইট নামৰ খনিজ পদাৰ্থৰে তৈয়াৰ কৰা হয়। লিপষ্টিক ৰঙা ৰঙৰ কাৰণ হ’ল হেমাটাইট নামৰ অক্সাইড খনিজ পদাৰ্থৰ উপস্থিতি। উজ্জ্বল ৰঙা ৰঙৰ উৎপত্তি এই খনিজ পদাৰ্থৰ পৰাই হয়। এই লিপষ্টিকটো এটা সুন্দৰকৈ খোদিত বটলত ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক