--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৪খন দেশৰ প্ৰায় ৪৭%ই ভাৰতৰ প্ৰতি সম্ভাৱ পোষণ কৰাৰ বিপৰীতে ৩৮%ই ভাল ভাবেৰে নাচায়। অন্য ১৩%ই এই সন্দৰ্ভত মত প্রকাশ কৰাৰ পৰা বিৰত থাকে।

ডিজিটেল ডেস্কঃ পৃথিৱীৰ ২৪খন দেশৰ নাগৰিকে ভাৰতক ইতিবাচক দৃষ্টিৰে চায়। পিউ ৰিছাৰ্চ চেণ্টাৰে যোৱা ৮ জানুৱাৰীৰ পৰা ২৬ এপ্রিললৈ চলোৱা এটা সমীক্ষাত এই তথ্য প্রকাশ পাইছে।


২৪খন দেশৰ প্ৰায় ৪৭%ই ভাৰতৰ প্ৰতি সম্ভাৱ পোষণ কৰাৰ বিপৰীতে ৩৮%ই ভাল ভাবেৰে নাচায়। অন্য ১৩%ই এই সন্দৰ্ভত মত প্রকাশ কৰাৰ পৰা বিৰত থাকে। সমীক্ষাত অংশ লোৱা দেশসমূহৰ অধিকাংশ লোকে ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী ৰখাৰ পৰিৱৰ্তে ইতিবাচক দৃষ্টি ৰাখিছে।


কেনিয়া, ব্রিটেইন আৰু ইজৰাইলত ভাৰতৰ প্ৰতি সম্ভাৱ বেছি লোকৰ আছে য'ত ১০জনৰ ভিতৰত ৬জন বা তাতোধিক ভাৰতৰ প্ৰতি ভাল ভাব পোষণ কৰিছে। জার্মানি, জাপান, ইণ্ডোনেছিয়া আৰু নাই জেৰিয়াত গৰিষ্ঠসংখ্যকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাব পোষণ কৰাৰ কথা সমীক্ষাত প্রকাশ পায়।


তুৰস্ক আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী থকা লোক প্রায় দেশ দুখনৰ জনসংখ্যাৰ আধা। আর্জেন্টিনা আৰু ব্রাজিলতো ভাৰতৰ প্ৰতি লোকসকলৰ মনোভাব ইতিবাচকতকৈ নেতিবাচক বেছি।


আনহাতে, আমেৰিকা আৰু দক্ষিণ কোৰিয়াত ভাৰতৰ প্ৰতি দেশ দুখনৰ লোকসকলৰ মনোভাব দুয়ো ক্ষেত্রতে সমান সমান। ইউৰোপৰ দেশসমূহতো ভাৰতৰ প্ৰতি লোকসকলৰ ইতিবাচক মনোভাব বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ