--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনত সংগ্ৰহ হোৱা ৰক্তৰ পৰিমানত কৈ ১৫% অধিক, যি ১,২৬,৯৫,৩৬৩ ইউনিট আছিল দেশত

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বর্ষত দেশে ১,৪৬,০১,১৪৭ ইউনিট ৰক্ত সংগ্রহ কৰিছে, যি বার্ষিক ১৪.৬ মিলিয়ন ইউনিটৰ প্রয়োজনতকৈ অধিক। ৰাজ্য সভাত মঙলবাৰে চৰকাৰে এই কথা প্রকাশ কৰে।


ই ২০২৩ চনত সংগ্ৰহ হোৱা ৰক্তৰ পৰিমানত কৈ ১৫% অধিক, যি ১,২৬,৯৫,৩৬৩ ইউনিট আছিল দেশত। স্বেচ্ছামূলক ৰক্তদান প্রায় ৭০% আৰু বাকীখিনি ৰোগীক ৰক্তদান কৰা পৰিয়ালৰ সদস্য বা বন্ধু।


এটা লিখিত প্ৰশ্নৰ উত্তৰত স্বাস্থ্য ৰাজ্য মন্ত্ৰী প্ৰতাপৰাও যাদৱে এই কথা প্রকাশ কৰি কয় যে চৰকাৰে বিভিন্ন অংশীদাৰৰ জৰিয়তে সুৰক্ষিত ৰক্তদানৰ প্রয়োজনৰ সজাগতা বিয়পাবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ