--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি খানাপাৰা গ্ৰীণউড ৰিজ’ৰ্টত কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে অনুষ্ঠিত হ’ব স্ক্ৰীনিং কমিটীৰ বৈঠকো৷ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৪৮ঘণ্টাৰ ভিতৰত ঘোষণাৰ সম্ভাৱনা আছে বুলি বৈঠকত জানিবলৈ দিয়ে নেতৃত্বই৷

আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰে মিত্ৰতা : দুই মেৰুত অৱস্থান অখিল-লুৰিণৰ

দলৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিঙৰ উপস্থিতিৰ লগে লগে কংগ্ৰেছৰ আৰম্ভ নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হয়৷ এইবাৰ নিৰ্বাচনত বহু বিধায়কে টিকট নাপাব পাৰে বুলি জিতেন্দ্ৰ সিঙে ইংগিত দিয়ে৷ সমষ্টিভিত্তিক সমীক্ষাৰ তথ্য পৰ্যালোচনাৰ পাছতহে প্ৰাৰ্থীক টিকট দিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : ‘নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ, আমাক খৰি দিয়ক, ৰেচন দিয়ক’

এইবাৰ নিৰ্বাচনত যুৱ প্ৰজন্মই অগ্ৰাধিকাৰ লাভ কৰিব বুলি ইংগিত দিয়ে জিতেন্দ্ৰ সিঙে৷ এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াকে ধৰি দলৰ ভালেমান নেতা-কৰ্মী উপস্থিত আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ