--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কংগ্ৰেছৰ ২২ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত তালিকা প্ৰস্তুত হৈছে৷ ২২টা সমষ্টিত বিৰোধী মহাজোঁটৰ হৈ প্ৰাৰ্থীত্ব দিব কংগ্ৰেছে৷ এআইডিইউএফৰ অধীনত থকা সমষ্টিক লৈ আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে৷ কংগ্ৰেছৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী নিশ্চিত৷ প্ৰথম পৰ্যায়ত প্ৰাৰ্থীত্ব নিশ্চিত হোৱাসকল হৈছে, যোৰহাটত ৰাণা গোস্বামী, চামগুৰিত ৰকিবুল হুছেইন, মৰিয়নিত ৰূপজ্যোতি কুৰ্মী,উদাৰবন্দত অজিত সিং, হাফলঙত নিৰ্মল লাংথাছা, নাজিৰাত দেৱব্ৰত শইকীয়া, খুমটাইত বিস্মিতা গগৈ, আমগুৰিত অংকিতা দত্ত, বিহপুৰীয়াত ভূপেন বৰা, নাহৰকটীয়াত প্ৰণতি ফুকন, মৰাণত প্ৰাঞ্জল ঘটোৱাৰ, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰ৷

আৰু পঢ়িব পাৰিব :১০ হাজাৰ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে তিনিদিনীয়া সন্তানক

আনহাতে, কেইটামান সমষ্টিত দুজনকৈ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে দলটোৱে৷ গহপুৰত ৰিপুণ বৰা অথবা মণিকা বৰা, বৰপেটাত চলমান খান অথবা আব্দুল ৰহিম খান, পাটাছাৰকুছিত শান্তনু শৰ্মা অথবা অৰুণিমা দাস, ভবানীপুৰত তাইজুদ্দিন আহমেদ অথবা ইছমাইল হুছেইন, জনিয়াত মজিবুৰ ৰহমান অথবা গোলাম আলী, সৰভোগত ধীৰাজ দেউৰী অথবা ৰফিকুল ইছলাম, চেঙাত শুকুৰ আলী অথবা আব্দুৰ ৰূপচান্দ ৰাজ, জোনাইত সুশীল পেগু অথবা হেমহৰি পেগু, ধেমাজিত বাবুল সোণোৱাল অথবা শৈলেন সোণোৱাল, ঢকুৱাখনাত ভৰত নৰহ অথবা কালিদাস কামান, লখিমপুৰত ঘন বুঢ়াগোহাঁই অথবা জয়প্ৰকাশ দাস, চাবুৱাত অজয় ফুকন অথবা প্ৰণৱ বৰুৱা৷

আৰু পঢ়িব পাৰিব :লাহৰীঘাটৰ নগাবন্ধা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী নিৰুদ্দেশ

লাহোৱালত পৃথ্বী মাঝি অথবা মনোজ ধানোৱাৰ, ডিব্ৰুগড়ত ৰঞ্জিত বৰুৱা অথবা নীলনেত্ৰ নেওগ, দুলীয়াজানত বাঞ্চিলাল চাহু অথবা ধ্ৰুৱ গগৈ, টিংখাঙত বিপুল গগৈ অথবা এটুৱা মুণ্ডা, শদিয়াত বিৰিঞ্চি নেওগ অথবা ৰজত গোহাঁই, ডুমডুমাত দুৰ্গা ভূমিজ অথবা ৰূপেশ গোৱালা, তিনিচুকীয়াত ৰাজু চাহু অথবা জয়ন্ত কলিতা, ডিগবৈত গৌতম ধানোৱাৰ অথবা গীতাঞ্জলি সোণোৱাল, মাৰ্ঘেৰিটাত ৰুবুল গগৈ অথবা বাসু ছেত্ৰী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement