--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানী সেনাৰ এটা কনভয়ত কৰা ফিডায়িন আক্রমণত ৯০জন সৈনিক নিহত হোৱা বুলি বেলুচিস্তান লিবাৰেশ্যন আমিয়ে (বি এল এ) দাবী কৰিছে। কুৱেটাৰ পৰা কাফ্টানলৈ গৈ থকা পাকিস্তানী সেনাৰ ৮খন বাহনৰ কনভয়টোত বি এল এই আক্ৰমণ কৰে। 

বি এল এই কৰা দাবী মতে, সংগঠনটোৰ মজিদ আৰু ফতেহ বিগ্রেডে এই আক্রমণটো কৰে। সূত্ৰসমূহে জনোৱা মতে, এজন ফিদায়িনী আক্রমণকাৰীয়ে বিস্ফোৰকেৰে ভৰ্তি এখন গাড়ী পাকিস্তানী সেনাৰ কনভয়টোত খুন্দা মাৰে। ইয়াৰ পাছত বি এল এৰ ফতেহ স্কোৱাডে সেনাৰ দলটোত আক্ৰমণ কৰে। 

ফিদায়িনী আক্রমণ কৰা পাকিস্তান সেনাৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়। ইফালে পাকিস্তানী পুলিচে এই আক্রমণটোত পাকিস্তানী সেনাৰ ৫জন জোৱান নিহত হয় আৰু আন ১০জন আহত হোৱা বুলিহে দাবী কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ