--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰীপত ভয়ংকৰ মিছাইল আক্ৰমণ ইজৰাইলৰ। গাজাৰ বিৰুদ্ধে আকৌ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ। 

গাজাত পুনৰ মৃত্যুৰ কিৰিলি। ৫৭ দিনীয়া যুদ্ধ বিৰতিৰ অন্ত পেলাই আকৌ গাজাত নৰসংহাৰ চলাইছে ইজৰাইলে।

হামাছৰ সন্ত্ৰাসবাদী বিচাৰি গাজাত এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ। মধ্য গাজা, চিৰিয়া আৰু লেবালনৰ আশ্ৰয় শিবিৰত মিছাইল নিক্ষেপ ইজৰাইলৰ।

ইজৰাইলৰ আক্ৰমণত নিহত হৈছে প্ৰায় ৩০০ জনৰ। ইয়াৰ মাজত শিশুও আছে। 

ইজৰাইলৰ দাবী সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ কৰা হৈছে আক্ৰমণ। হামাছে ইজৰাইলৰ পণবন্দীক মুকলি কৰি নিদিয়াৰ বাবেই হামাছৰ বিৰুদ্ধে আকৌ ষ্ট্ৰাইক চলাইছে ইজৰাইলে।

ইজৰাইলী সেনাই গাজাৰ বুৰেজৰ শৰণাৰ্থী শিবিৰৰ ওচৰত বিস্ফোৰক স্থাপন কৰা উগ্ৰপন্থীসকলক হত্যা কৰা বুলি দাবী কৰিছে।

ইজৰাইলৰ দাবী দক্ষিণ লেবাননত দুজন হিজবুল্লাহ সদস্যক হত্যা কৰিছে ইজৰাইলী সেনাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ