--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট স্বাৰ্কিতৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।ঘৰত কোনো নথকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড । অজয় দাস নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। এটা বাসগৃহ ভস্মীভূত হোৱা লগতে সা-সম্পত্তি সহ দুখন চাৰিচকীয়া বাহন জ্বলি ছাই হৈ যায়। 


অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট স্বাৰ্কিতৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।ঘৰত কোনো নথকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড।


অজয় দাসৰ ভাতৃ বিজয় দাস গাড়ীৰ মেকানিক আছিল।এখন বাহন মেৰামতি বাবে নিজ ঘৰত ৰাখিছিল। অগ্নিকাণ্ডৰ ফলত দুটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ ৰূপ লৈ। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয়। ফলত আৱাসিক অঞ্চলটোলৈ অগ্নিকাণ্ড বিয়পিব নাপালে। অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ