--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মধ্য প্রাচ্যত থকা আমেৰিকাৰ সর্ববৃহৎ সামৰিক ঘাটিটোত ইৰানে দহটা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে

ডিজিটেল ডেস্ক : কাটাৰত থকা আমেৰিকাৰ আল-উদীদ বায়ুসেনাৰ ঘাটিত ইৰানে সোমবাৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। আমেৰিকাই তিনিটা পাৰমাণৱিক প্রকল্পত কৰা আক্ৰমণৰ প্রত্যুত্তৰত ইৰানে সোমবাৰে সামৰিক ঘাটিটোত আক্রমণ কৰে।


মধ্য প্রাচ্যত থকা আমেৰিকাৰ সর্ববৃহৎ সামৰিক ঘাটিটোত ইৰানে দহটা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইৰানে ইৰাকত থকা মার্কিন সেনাৰ ঘাটিটো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।


ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতে আল-উদীদ বায়ুসেনাৰ ঘাটিৰ ওপৰত জুইৰ শিখা দেখিবলৈ পোৱা গৈছিল। কাটাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে দেশখনে ইৰানৰ ক্ষেপণাস্ত্র আকাশতে ধ্বংস কৰে আৰু এই আক্রমণত কোনো লোক হতাহত হোৱা নাই।


আক্ৰমণৰ পাছতে কুৱেটে আকাশমার্গ কিছু সময়ৰ পাছতে বন্ধ কৰি দিয়ে। ইফালে ছৌদি আৰব আৰু সংযুক্ত আৰব এমিৰেটকে ধৰি মধ্য প্রাচ্যত আমেৰিকাৰ সামৰিক ঘাটি থকা ৯খন দেশত ছাইবেনৰ শব্দ শুনা গৈছে বুলি একাংশ সংবাদ মাধ্যমে দাবী কৰে।




উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ