--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপর্যয় আৰু অধ্যাৱসায়েৰে ভৰি আছে।' প্রায় তিনি বছৰ অধ্যয়ন কৰাৰ পাছত গৱেষকসকলে এই তথ্য উদ্ধাৰ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। অসমত ৰাংকুকুৰৰ অৱস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ৰাজহুৱা কৰে।


তেওঁ কয়, 'কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰা (Cuon alpinus বৈজ্ঞানিক নাম) জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটো হৈছে ৰাংকুকুৰ।


নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্র্যৰ এক উৎকৃষ্ট নিদর্শন। আনহাতে ৰাজ্যত চলি থকা বৈজ্ঞানিক অধ্যয়নসমূহৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে 'প্রতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, বৈজ্ঞানিক অধ্যয়নসমূহ প্রায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে। তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পর্কে অৱগত হওঁ।


এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপর্যয় আৰু অধ্যাৱসায়েৰে ভৰি আছে।' প্রায় তিনি বছৰ অধ্যয়ন কৰাৰ পাছত গৱেষকসকলে এই তথ্য উদ্ধাৰ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ