--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জনোৱা হৈছে এই বিশেষ অনুৰোধ।

ডিজিটেল ডেস্ক :ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority (NALSA) আৰু মধ্যস্থাতা আৰু মিমাংসা প্ৰকল্প কমিটিৰ (Mediation and Conciliation Project Committee (MCPC)) সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সকলো লখিমপুৰবাসী ৰাইজলৈ লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (District Legal Serviced Authority, Lakhimpur) তৰফৰ পৰা জনোৱা হৈছে বিশেষ অনুৰোধ।


সেয়া কি জানি লওক-


লখিমপুৰৰ আদালতত চলি থকা গোচৰ যেনে- ১) বৈবাহিক বিবাদৰ গোচৰ, ২) দুৰ্ঘটনা দাবীৰ গোচৰ, ৩) ঘৰুৱা হিংসাৰ গোচৰ, ৪) চেক বাউঞ্চৰ গোচৰ, ৫) বাণিজ্য বিবাদৰ গোচৰ, ৬) সেৱা বিষয়ৰ গোচৰ, ৭) অপৰাধমূলক সংযুক্ত গোচৰ, ৮) গ্ৰাহকৰ বিবাদ গোচৰ, ৯) ঋণ আদায়ৰ গোচৰ, ১০) বিভাজৰ গোচৰ, ১১) উচ্ছেদৰ গোচৰ, ১২) ভূমি অধিগ্ৰহণৰ গোচৰ, ১৩) অন্যান্য উপযুক্ত নাগৰিকৰ গোচৰ, এনেধৰণৰ গোচৰ যদি লখিমপুৰৰ আদালতত চলি আছে সেই গোচৰসমূহ নিস্পত্তি কৰিবৰ বাবে অহা ৩১ জুলাই, ২০২৫ তাৰিখৰ ভিতৰত লখিমপুৰৰ আদালতসমূহত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।


ইয়াৰ লগতে অধিক জানিবৰ বাবে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ নিদ্ধাৰিত ৬৯০১২৮১৬৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা lakhimpurdlsamediation@gmai.com ই-মেইল কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক