--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° নগেন শইকীয়াৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি সোণোৱালে তেখেতৰ পৰা আশীৰ্বাদ গ্রহণ কৰে। 'ড' নগেন শইকীয়াৰ জীৱনাদৰ্শ আৰু অমূল্য কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে নতুন প্রজন্মক উদ্বুদ্ধ কৰি আহিছে।

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্রসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড' নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ কৰি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে শনিবাৰে স্বাস্থ্যৰ বুজ লয় আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ গ্রহণ কৰে।


ড° নগেন শইকীয়াৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি সোণোৱালে তেখেতৰ পৰা আশীৰ্বাদ গ্রহণ কৰে। 'ড' নগেন শইকীয়াৰ জীৱনাদৰ্শ আৰু অমূল্য কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে নতুন প্রজন্মক উদ্বুদ্ধ কৰি আহিছে।


শনিবাৰে তেখেতৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ খবৰ লওঁ আৰু বিভিন্ন বিষয়ত বার্তালাপ কৰোঁ। তেখেতৰ আশীৰ্বাদ আৰু বহুমূলীয়া দিহা-পৰামৰ্শই আমাক অনুপ্রাণিত কৰিলে। ছাৰৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ' সোণোৱালে উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ