--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অতিষ্ঠ ৰাইজে আজি সংঘবদ্ধ হৈ ড্ৰাগছ আসক্ত তিনি চোৰৰ লগতে চোৰৰ আশ্ৰয়দাতা হিচাপে পৰিচিত ড্ৰাগছ ব্যৱসায়ী মেৰাজ আলীক আটক কৰি আৰক্ষীক গতাই দিয়ে।

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বৰামাৰা অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা চুৰি আৰু ড্ৰাগছৰ সন্ত্ৰাসে অৱশেষত এক নাটকীয় মোৰ লৈছে। 


অতিষ্ঠ ৰাইজে আজি সংঘবদ্ধ হৈ ড্ৰাগছ আসক্ত তিনি চোৰৰ লগতে চোৰৰ আশ্ৰয়দাতা হিচাপে পৰিচিত ড্ৰাগছ ব্যৱসায়ী মেৰাজ আলীক আটক কৰি আৰক্ষীক গতাই দিয়ে।


খবৰ অনুসৰি জালুগুটি বৰামাৰা আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত বিগত বহু দিন ধৰি কৃষকৰ গৰু-ছাগলী, বাৰীৰ তামোল, পথাৰৰ ধানৰ পৰা আৰম্ভ কৰি মটৰ চাইকেল, ই-ৰিক্সা আদিলৈকে সকলো সামগ্ৰী নিৰন্তৰ চুৰ হৈ আছিল। এই চুৰি কাণ্ডৰ সৈতে তিনিজন ড্ৰাগছ আসক্ত যুৱক জড়িত থকাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।


আজি স্থানীয় ৰাইজে জালুগুটি আৰক্ষীৰ সহযোগত মেৰাজ আলীৰ সৈতে তিনিওজন চোৰ ক্ৰমে মুস্তাক আলী, জানতি আৰু ৰমজান আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ