--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বৃহস্পতিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত বাংলাদেশৰ মুখ্য নির্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে আনুষ্ঠানিকভাৱে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

ডিজিটেল ডেস্ক : বাংলাদেশত বহু প্রতীক্ষিত সাধাৰণ নির্বাচন অহা বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। তদুপৰি, সেই দিনটোতে দেশখনৰ সংবিধান সংস্কাৰৰ বিষয়ত গণভোটো গ্ৰহণ কৰা হ'ব। 


বৃহস্পতিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত বাংলাদেশৰ মুখ্য নির্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে আনুষ্ঠানিকভাৱে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে। আনহাতে, নিৰ্বাচনৰ বাবে মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন হ'ব ২৯ ডিচেম্বৰ। 


নির্বাচনী প্ৰচাৰ আৰম্ভ হ'ব ২২ জানুৱাৰীৰ পৰা আৰু ১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া সাত বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ব। ইফালে, দেশখনৰ মুখ্য নির্বচন বিষয়াজনে কয় যে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত এখন নিকা আৰু স্বচ্ছ ভোটাৰ তালিকা প্রস্তুতৰ কাম ইতিমধ্যে শেষ হৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ