--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশেষকৈ যুদ্ধৰ ফলত সাগৰীয় পথেৰে সামগ্রী কঢ়িওৱা জাহাজ চলাচলৰ পথ বিঘ্নিত হৈছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো তাৎক্ষণিকভাবে বৃদ্ধি হৈছে।

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ সংঘাতময় পৰিস্থিতিয়ে ভাৰতৰ ৰপ্তানি খণ্ডলৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে। ভাৰতৰ কৃষিজাত সামগ্রী ৰপ্তানিৰ ক্ষেত্ৰত এখন বৃহৎ বজাৰ হৈছে পশ্চিম এছিয়া। কিন্তু ইৰানৰে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছত ভাৰতৰ পৰা কৃষি সামগ্ৰী ৰপ্তানিত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। 


বিশেষকৈ যুদ্ধৰ ফলত সাগৰীয় পথেৰে সামগ্রী কঢ়িওৱা জাহাজ চলাচলৰ পথ বিঘ্নিত হৈছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো তাৎক্ষণিকভাবে বৃদ্ধি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কৃষি ৰপ্তানিত নেতিবাচক প্রভাৱ পৰিছে। 


উল্লেখযোগ্য যে ২০২৫ চনত পশ্চিম এছিয়ালৈ ভাৰতে ১১.৮ বিলিয়ন মার্কিন ডলাৰৰ কৃষিজাত সামগ্রী ৰপ্তানি কৰিছিল। গ্ল'বেল ট্রেড ৰিছাৰ্চ ইনিচিয়েটিভৰ তথ্য অনুসৰি যোৱা বৰ্ষত ভাৰতৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ২১.৮ শতাংশই এই অঞ্চললৈ ৰপ্তানি হৈছিল। 


ভাৰতৰ চাউল, মছলা, কল, মাংস আৰু গাখীৰজাত সামগ্ৰীৰ বাবে পশ্চিম এছিয়া হৈছে এখন গুৰুত্বপূৰ্ণ বজাৰ। কিন্তু শেহতীয়াকৈ অঞ্চলটোত যুদ্ধৰ ফলত সৃষ্টি হোৱা অস্থিৰতা, বিশেষকৈ হৰমুজ প্রণালীক লৈ কূটনীতি চলি থকাৰ বাবে ভাৰতৰ পৰা সামগ্ৰী ৰপ্তানিত ব্যাঘাত জন্মিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ