--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৬ বছৰীয়া ৰেচালে ৫ জুলাইত শ্লীপিং পিল খাই আত্মহত্যাৰ চেষ্টা কৰিছিল।

ডিজিটেল ডেস্কঃ প্রাক্তন মিছ পুডুচেৰী তথা ফেশ্বন উদ্যোগত সর্বাত্মক অংশগ্ৰহণৰ হকে মাত মতা ছেন ৰেচাল গান্ধীৰ শনিবাৰে জৱাহৰলাল ইনষ্টিটিউট অব্ প'ষ্ট গ্রেজুৱেট মেডিকেল এডুকেশান এণ্ড ৰিছাৰ্চত (জি আই পি এম ই আৰ) মৃত্যু হয়।


২৬ বছৰীয়া ৰেচালে ৫ জুলাইত শ্লীপিং পিল খাই আত্মহত্যাৰ চেষ্টা কৰিছিল। ফেশ্বন উদ্যোগত প্রতিবন্ধক ভঙা আৰু বৈচিত্র্যৰ হকে মাত মতাৰ বাবে ৰেচাল জনাজাত আছিল।


সৰুতেই মাতৃক হেৰুওৱা ৰেচালক দেউতাকে ডাঙৰ-দীঘল কৰিছিল। উদ্যোগৰ বাধাক নেওচি ৰেচাল বৰ্ণবাদৰ বিৰুদ্ধে শক্তিশালী কণ্ঠ হৈ উঠিছিল। ফেশ্বন উদ্যোগত 'বগা ছাল'ৰ আধিপত্যৰ বিৰুদ্ধে প্রত্যাহ্বান জনাই ৰেচালে স্বীকৃতি লাভ কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি