--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম-বংগ সীমান্তৱৰ্তী সংকোষ নদীৰ লগতে কাশিয়াবাৰী, পকিহাগা আদি ঠাইত অবৈধ খনন অব্যাহত আছে।

ডিজিটেল ডেস্ক : বি টি চিৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত শিল-বালিৰ অবৈধ খনন অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে। কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ একাধিক এলেকাত ভূ-মাফিয়াই জে চি বি আদিৰে দিন-দুপৰতে অবৈধভাৱে খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। 


অভিযোগ অনুসৰি, অসম-বংগ সীমান্তৱৰ্তী সংকোষ নদীৰ লগতে কাশিয়াবাৰী, পকিহাগা আদি ঠাইত অবৈধ খনন অব্যাহত আছে। খনন কৰা শিল-বালি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰা হয় বুলি স্থানীয় সচেতন অভিযোগ কৰিছে। 


বি টি চি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰী শাসনভাৰ লাভ কৰাৰ পাছত এই অবৈধ খনন প্রক্রিয়া চলি আছে বুলি অভিযোগ উঠিছে। ফলত বন বিভাগে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে। অভিযোগ অনুসৰি, অবৈধ খনন কাৰ্যৰ সৈতে জনৈক 'মুছাহাৰী' উপাধিৰ এজন ব্যক্তিৰ নাম সাঙোৰ খাইছে। আনহাতে, কচুগাঁও বন সংমণ্ডলৰ দায়িত্বত থকা বিষয়া ডিৰেন বছমুতাৰী আৰু বি টি চিৰ ই এম পানিৰাম ব্ৰহ্মৰ ভূমিকাক লৈও প্রশ্ন উত্থাপিত হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ