--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ভিডিঅ’টোৰ ফলত কেৱল প্ৰধানমন্ত্ৰীজনেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আত্মসম্মানত গুৰুত্বপূৰ্ণ আঘাত হানিছে বুলি এজাহাৰত অভিযোগ উত্থাপন

ডিজিটেল ডেস্ক: বিলাল বক্সাৰ নামৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে কাছাৰৰ গুমৰা অনুসন্ধান কেন্দ্ৰত এখন এজাহাৰ দাখিল কৰিছে কাটিগড়া সনাতন সংঘৰ নেতা সুমিত বৈষ্ণৱে। 


এজাহাৰত উল্লেখ কৰা হৈছে যে, বিলাল বক্সাৰ নামৰ উক্ত কণ্টেণ্ট ক্ৰিয়েটৰজনে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ বিৰুদ্ধে অশালীন ভাষা ব্যৱহাৰ কৰি অত্যন্ত অপমানজনক এটা ভিডিঅ’ পোষ্ট কৰিছে।


এই ভিডিঅ’টোৰ ফলত কেৱল প্ৰধানমন্ত্ৰীজনেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আত্মসম্মানত গুৰুত্বপূৰ্ণ আঘাত হানিছে বুলি এজাহাৰত অভিযোগ উত্থাপন কৰা হৈছে। বিলাল বক্সাৰৰ বিৰুদ্ধে তৎকালীনভাৱে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীও জনোৱা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ