--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেওবাৰে কেৰিবিয়ান বাহিনীক পৰাজিত কৰিলেই ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব। চেন্নাই ত জিম্বাবুৱেৰ বিৰুদ্ধে নমাৰ আগেয়ে ভাৰতে কিছু ভাল খবৰ পাইছিল।

ডিজিটেল ডেস্ক: জিম্বাবুৱেৰ বিৰুদ্ধে বৃহস্পতিবাৰে চলিত টি-২০ বিশ্ব কাপত ৭২ ৰানত দুর্দান্ত জয় সাব্যস্ত কৰে ভাৰতে। এতিয়া বিশ্ব কাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সন্মুখত একমাত্র বাধা হৈছে ৱেষ্ট ইণ্ডিজ। 


দেওবাৰে কেৰিবিয়ান বাহিনীক পৰাজিত কৰিলেই ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব। চেন্নাই ত জিম্বাবুৱেৰ বিৰুদ্ধে নমাৰ আগেয়ে ভাৰতে কিছু ভাল খবৰ পাইছিল। দক্ষিণ আফ্রিকাৰ হাতত ৱেষ্ট ইণ্ডিজৰ পৰাজয়ে সূর্যকুমাৰ যাদৱ বাহিনীৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল। 


দেওবাৰে ইডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি হ'ব। কার্যতঃ সেয়াই হ'ব কোৱাৰ্টাৰ ফাইনেল। যিটো দল জয়ী হ'ব সেই দলে ছেমি ফাইনেলত প্রৱেশ কৰিব। ইডেন গার্ডেনত ছুপাৰ এইটৰ অন্তিমখন খেলত যদি সূর্যকুমাৰ বাহিনী ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হয় তেন্তে ভাৰত গ্ৰুপ ১ৰ পইন্ট টেবুলত তৃতীয় স্থানত থাকিব আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব। 


ইয়াৰ উপৰি, দেওবাৰে যদি বৰষুণ হয় আৰু খেল পৰিত্যক্ত হয় তেনেহ'লে পুনৰ বিপদত পৰিব ভাৰত। কাৰণ তাৰ পাছত ৱেষ্ট ইণ্ডিজে নেট ৰান ৰেটৰ জৰিয়তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ভাৰতৰ নেট ৰান ৰেট এতিয়া -০.১০০ আৰু ৱেষ্ট ইণ্ডিজৰ +১.৭৯১।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু