--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অহা ৭ আৰু ২৪ আগষ্টৰ ভিতৰত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখনকৈ টি-২০ আৰু এদিনীয়া ক্রিকেট খেলিব।

ডিজিটেল ডেস্কঃ অহা মাহত অস্ট্রেলিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰত-এ মহিলা দলটো বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে। দলত স্থান পাইছে অসমৰ উমা চেত্ৰীয়ে।


অহা ৭ আৰু ২৪ আগষ্টৰ ভিতৰত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখনকৈ টি-২০ আৰু এদিনীয়া ক্রিকেট খেলিব। ইয়াৰ উপৰি, ভাৰতে এখন ৪ দিনীয়া মেচো খেলিব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত এ দলৰ সূচীঃ ৭ আগষ্টত প্রথম টি-২০, ৯ আগষ্টত দ্বিতীয় আৰু ১০ আগষ্টত হ'ব তৃতীয় টি-২০। ১৩ আগষ্টত প্রথম এদিনীয়া, ১৫ আগষ্টত দ্বিতীয় আৰু ১৭ আগষ্টত হ'ব তৃতীয় এদিনীয়া।


আনহাতে, ৪ দিনীয়া খেলখন অনুষ্ঠিত হ'ব ২১-২৪ আগষ্টত। ঘোষিত ভাৰতৰ টি-২০ দলটো: ৰাধা যাদৱ (অধিনায়ক), মিন্নু মণি (উপ-অধিনায়ক), শ্বেফালী বার্মা, ডি বৃন্দা, ছজনা ছাজিভন, উমা চেত্রী (উইকেটকীপাৰ), ৰাঘৱী বিষ্ট, শ্রেয়াংকা পাটিল, প্রেমা ৰাবাট, নন্দিনী কাশ্যপ (উইকেটকীপাৰ), তনুজা কানৱাৰ, জুশ্বিতা ভিজে, ছবনম শ্বাকিল, ছাইমা ঠাকুৰ আৰু টিটাছ ছাধু।


এদিনীয়া আৰু ৪ দিনীয়া খেললৈ ঘোষিত দলটো: ৰাধা যাদৱ (অধিনায়ক), মিন্নু মণি (সহঃ অধিনায়ক), শ্বেফালী বার্মা, উমা চেত্ৰী (উইকেট কীপাৰ), ৰাঘৱী বিষ্ট, নন্দিনী কাশ্যপ (উইকেটকীপাৰ), তনুজা কানৱাৰ, জুশ্বিতা ভিজে, ছবনম শ্বাকিল, ছাইমা ঠাকুৰ, টিটাছ ছাধু, ধাৰা গুজৰ, তেজাল হাছাবনিছ, তনুশ্রী সৰকাৰ আৰু প্রিয়া মিশ্র।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ