--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিজিটেল ডেস্ক : ফাবিয়ান ৰুইজৰ দুগ'লৰ সহায়ত ৰিয়েল মাদ্রিদক ৪-০ ব্যৱধানত হৰুৱাই পেৰিছ ছেইন্ট জার্মে (পি এছ জি) ফিফা ক্লাব বিশ্ব কাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে।

ডিজিটেল ডেস্ক : ফাবিয়ান ৰুইজৰ দুগ'লৰ সহায়ত ৰিয়েল মাদ্রিদক ৪-০ ব্যৱধানত হৰুৱাই পেৰিছ ছেইন্ট জার্মে (পি এছ জি) ফিফা ক্লাব বিশ্ব কাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে।


ফৰাচী লীগ আৰু চেম্পিয়নছ লীগৰ চেম্পিয়ন পি এছ জিয়ে তেনেদৰেই ত্রি-মুকুট অৰ্জনৰ বাবে মাথোঁ এখোজ আঁতৰত ৰৈছে। দেওবাৰৰ ফাইনেলত চেলছীক হৰুৱালেই ত্রিমুকুট লাভ কৰিব ফৰাচী ক্লাবটোৱে।


ৰিয়েলৰ বিৰুদ্ধে ক্লাব বিশ্ব কাপৰ বুধবাৰৰ ছেমি ফাইনেলত ৬ মিনিটতে ফাবিয়ান ৰুইজে পি এছ জিক অগ্রগতি দিয়ে। ইয়াৰ ঠিক তিনি মিনিটৰ পাছতেই ওছমানে ডেম্বেলেই ব্যৱধান ২-০ কৰে। ফাবিয়ানে ২৪ মিনিটত ব্যক্তিগত দ্বিতীয়টো গ'লেৰে পি এছ জিৰ অগ্রগতি ৩-০লৈ বৃদ্ধি কৰে।


ৰিয়েল মাদ্রিদে দ্বিতীয়ার্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলালেও পি এছ জিৰ ৰক্ষা ভেদ কৰাত ব্যর্থ হয়। আনহাতে, ফিলিয়ান এমবাপেই নিজৰ পুৰণি ক্লাব পি এছ জিৰ বিৰুদ্ধে উজলি উঠিব নোৱাৰিলে। খেলৰ শেষৰ ফালে গঞ্জালো ৰামোছে ৮৭ মিনিটত ৪-০ ব্যৱধানত পি এছ জিৰ জয় ৪-০ত নিশ্চিত কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ