--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আঘাতপ্রাপ্ত নেতাজন 'সংজ্ঞাহীন' হৈ পৰিছে আৰু বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা অব্যাহত আছে।

ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইলৰ আক্ৰমণত গুৰুতৰভাৱে আহত ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ শাৰীৰিক অৱস্থা দ্রুত গতিত অৱনমিত হৈছে।


আঘাতপ্রাপ্ত নেতাজন 'সংজ্ঞাহীন' হৈ পৰিছে আৰু বিশেষজ্ঞ চিকিৎসকৰ দলৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা অব্যাহত আছে। দেশখনৰ পৱিত্ৰ মহানগৰ হিচাপে জনাজাত 'কৌম মহানগৰ'ত তেওঁৰ চিকিৎসা চলি আছে। 


উল্লেখযোগ্য যে ইজৰাইল-মার্কিন আক্রমণত ২৮ ফেব্ৰুৱাৰীত ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। এই আক্রমণতে আলী খামেনেইৰ পুত্ৰ তথা বৰ্তমানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইও গুৰুতৰভাৱে আহত হৈছিল। ইমানদিনে আহত মুজতবাৰ চিকিৎসা ৰাছিয়াত চলি থকা বুলি প্ৰচাৰ চলিছিল যদিও সোমবাৰে প্ৰথমবাৰৰ বাবে তেওঁৰ চিকিৎসা নিজ দেশতে চলি থকা বুলি তথ্য প্রকাশ পায়। দেশখনৰ কৌম মহানগৰত তেওঁৰ চিকিৎসা চলি আছে। 


সংজ্ঞাহীন হৈ থকা ৫৬ বছৰীয়া নেতাগৰাকীৰ অৱস্থা অতি সংকটজনক আৰু তেওঁ কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই বুলি সূত্ৰত প্রকাশ। আমেৰিকা আৰু ইজৰাইলৰ চোৰাংচোৱাই উপসাগৰীয় মিত্ৰ ৰাষ্ট্ৰসমূহক প্ৰদান কৰা তথ্যতে এই কথা প্রকাশ পোৱা বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ