--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰতিভাবান খেলুৱৈগৰাকী ধলাইবিলৰ ১নং বৰপথাৰ গাঁও নিৱাসী প্রয়াত ডিম্ব বৰা আৰু কল্পনা বৰাৰ জ্যেষ্ঠ সন্তান

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল নিৱাসী কন্দৰ্প বৰা (কাকু)ই আমেৰিকাৰ বার্মিংহামত হৈ থকা ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ পাঞ্জাত ৭০ কিল'গ্রাম শাখাত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে। যি খবৰে অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে আমেৰিকাৰ বার্মিংহামত অনুষ্ঠিত এই গেমছত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল অসম আৰক্ষীৰ চাৰিগৰাকী জোৱানে। এই চাৰিগৰাকী আৰক্ষী জোৱানেই পদক কঢ়িয়াই উজলালে অসমৰ লগতে দেশৰ নাম। ভাৰতৰ হৈ অসমৰ আন তিনিগৰাকীৰ ভিতৰত জামুগুৰিহাটৰ ধলাইবিলৰ কন্দৰ্প বৰাই সোঁ-শাখাত সোণৰ পদক আৰু বাওঁ-হাত শাখাতো সোণৰ পদক অর্জন কৰে।

প্ৰতিভাবান খেলুৱৈগৰাকী ধলাইবিলৰ ১নং বৰপথাৰ গাঁও নিৱাসী প্রয়াত ডিম্ব বৰা আৰু কল্পনা বৰাৰ জ্যেষ্ঠ সন্তান। ইফালে বৰাৰ এই সফলতা জামুগুৰিহাটৰ লগতে জিলাখনতে আনন্দৰ জোৱাৰ উঠাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক