--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোটেলত উপস্থিত হোৱাৰ পাছত মোদীক পাৰস্পৰিক ভাৰতীয় নৃত্যৰে আদৰণি জনোৱা হয়। ভাৰতীয় লোকসকলে প্রধানমন্ত্রীক আদৰণি জনাওঁতে 'ভাৰত মাতা কী জয়' আৰু 'মোদী মোদী' ধ্বনিও দিয়ে

ডিজিটেল ডেস্ক : পাঁচ দেশীয় ভ্ৰমণৰ তৃতীয় ভ্রমণসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে পুৱা (ভাৰতীয় সময়মতে) আর্জেন্টিনাত উপস্থিত হয়। বুয়েনছ আয়াৰ্ছৰ এজেইজা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মোদী উপস্থিত হোৱাৰ পাছত ভাৰতীয় লোকসকলে মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।


আনহাতে, হোটেলত উপস্থিত হোৱাৰ পাছত মোদীক পাৰস্পৰিক ভাৰতীয় নৃত্যৰে আদৰণি জনোৱা হয়। ভাৰতীয় লোকসকলে প্রধানমন্ত্রীক আদৰণি জনাওঁতে 'ভাৰত মাতা কী জয়' আৰু 'মোদী মোদী' ধ্বনিও দিয়ে।


উল্লেখযোগ্য যে আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলেইৰ নিমন্ত্রণ ক্রমে মোদী এক আনুষ্ঠানিক ভ্রমণত দেশখনলৈ গৈছে। যোৱা ৫৭ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এই প্ৰথম আর্জেন্টিনা ভ্রমণ। এই ভ্ৰমণৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ব্রিক্‌ছ শীর্ষ সন্মিলনত অংশগ্রহণ কৰিবলৈ ব্রাজিলৰ ৰিঅ' ডে জেনেৰিঅ'লৈ ৰাওনা হ'ব। তাৰ পাছতে অন্তিম ভ্রমণসূচীৰে ৰাওনা হ'ব নামিবিয়ালৈ।


ইয়াৰ আগতে মোদীয়ে ঘানা আৰু ট্রিনিডাড-টবেগো ভ্রমণ কৰিছিল। উক্ত দুয়োখন দেশতে মোদীক দেশ দুখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছিলৰে সন্মানিত কৰা হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ