--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইয়াৰ আগতে ২০১৩ চনৰ ছেপ্টেম্বৰত ডলাৰৰ তুলনাত টকাৰ মূল্য ইমান পৰিমাণে বৃদ্ধি পাইছিল। ইমান বেছি ইয়াৰ আগতে সোমবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য ৯৫ হৈছিলগৈ।

ডিজিটেল ডেস্ক: আমেৰিকান ডলাৰৰ তুলনাত টকাৰ মূল্যই কালি ১২ বছৰৰ ভিতৰত এক অভিলেখ সৃষ্টি কৰে। কালি আমেৰিকাৰ মুদ্রাতকৈ ১৫৬ পইচা শক্তিশালী হৈ টকাৰ মূল্য প্রতি ডলাৰত ৯৩.১৪ হয়গৈ। 


ইয়াৰ আগতে ২০১৩ চনৰ ছেপ্টেম্বৰত ডলাৰৰ তুলনাত টকাৰ মূল্য ইমান পৰিমাণে বৃদ্ধি পাইছিল। ইমান বেছি ইয়াৰ আগতে সোমবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য ৯৫ হৈছিলগৈ। 

শুকুৰবাৰে সর্বকালৰ সর্বনিম্ন ৯৪.৪৮ প্রতি ডলাৰত আছিল। কিন্তু তাৰ পাছত ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) গ্রহণ কৰা কেইবাটাও পদক্ষেপে টকাক সহায় কৰে। ইফালে দেশৰ শ্বেয়াৰ বজাৰতো কালি উত্থান ঘটে। কালি পুৱা ছেনছেক্সৰ পতন ঘাট ৭১,৫৪৫ পইন্ট পাইছিলগৈ যদিও পাছত ১৮৫ পইল্টৰ উত্থান ঘটি (০.২৫ শতাংশ) ৭৩,৩২০ত বন্ধ হয়। নিফটিতো ২২.১৮২লৈ পতন ঘটাৰ পাছত ৩৪ পইন্টৰ উত্থান ঘটি ২২.৭১৩ত বন্ধ হয়। 


আনহাতে বৃহস্পতিবাৰে ১০ গ্রাম ২৪ কেৰেট সোগৰ দাম ৪.২৪৫ টকা হ্রাস পাই ১.৪৭ লাখ হয়। বুধবাৰে এই দাম আছিল ১.৫১ লাখ টকা। ইফালে ৰূপৰ দামো কিল'ত ১২,০২৩ টকা হ্রাস পাই ২.২৮ লাখ টকা হয়। যোৱা ২৫ মাৰ্চত ১ কিল'ৰূপৰ দাম আছিল ২.৪০ লাখ টকা। অর্থাৎ যোৱা ৩৪ দিনত সোণৰ দাম ১২,৪৮৯ টকা আৰু ৰূপৰ দাম ৩৮,৮৮৭টকা হ্রাস পায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ