--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুই-এদিনৰ ভিতৰতে দেশখনৰ কিশোৰ-কিশোৰীৰ সামাজিক মাধ্যমত থকা সকলো একাউন্ট নিষ্ক্রিয় কৰিব চৰকাৰে।

ডিজিটেল ডেস্ক : দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ৰাষ্ট্ৰ - হিচাপে ইণ্ডোনেছিয়াই ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 

এতিয়াৰ পৰা দেশখনৰ কিশোৰ-কিশোৰীয়ে ইউটিউব, টিকটক, ফে'চবুক, ইনষ্টাগ্রাম, থ্রেডছ, এক্স, বিগো লাইভ আৰু ৰোব্লক্স ব্যৱহাৰ কৰিবও নোৱাৰিব আৰু এইবোৰত একাউন্টো খুলিব নোৱাৰিব। শনিবাৰৰ পৰা দেশখনৰ চৰকাৰে এই সিদ্ধান্ত বলবৎ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তই দেশখনৰ ৭০ নিযুত কিশোৰ-কিশোৰীক সামৰি ল'ব। 

দুই-এদিনৰ ভিতৰতে দেশখনৰ কিশোৰ-কিশোৰীৰ সামাজিক মাধ্যমত থকা সকলো একাউন্ট নিষ্ক্রিয় কৰিব চৰকাৰে। উল্লেখযোগ্য যে যুৱ প্ৰজন্মক সামাজিক মাধ্যমৰ নেতিবাচক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাৰ বাবে বিশ্বৰ বহুকেইখন দেশে ইতিমধ্যে ১৬ বছৰ বয়সৰ তলৰসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক