--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫ জুলাইৰ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অংগৰাগ পাপন মহন্তই ৷ অনুষ্ঠানৰ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণে ৷

ডিজিটেল ডেস্কঃ উত্তৰ আমেৰিকাৰ প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰা বাৰ্ষিক অধিৱেশনখনত ৪ জুলাই দিনাৰ অনুষ্ঠান উদ্বোধন কৰে Consul General সোমনাথ ঘোষে ৷


বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত কণমানিসকলৰ বাবে এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ লগতে “পোহৰ “ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত কণমানিহঁতে বিভিন্ন গীত নৃত্য পৰিৱেশন কৰাৰ লগতে অসমৰ নানান জাতি জনজাতিৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক ফেশ্ব’ন শ্বটো অংশ লয় ৷


তাৰোপৰি অসমৰ পৰা আমন্ত্ৰিত ফেশ্বন ডিজাইনাৰ মিত্ৰানী কাকতি আৰু অনুৰাধা কুলিৰো এখনি বিশেষ ফেশ্বন শ্ব’ অনুষ্ঠিত হয় ৷ য’ত ক্ৰমে বৰষাৰাণী বিষয়া আৰু দিপলীনা ডেকাই Showstopper হিচাপে অংশ গ্ৰহণ কৰে ৷ নিশাৰ ভাগত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এক বাৰেৰহনীয়া নৃত্যানুষ্ঠানৰো আয়োজন কৰা হয়৷ য’ত উদ্যোক্তা মণ্ডলীৰ মহিলা সকলে অংশ গ্ৰহণ কৰে ৷ লগতে সংগীতানুষ্ঠান পৰিৱেশন কৰে দিপলীনা ডেকাই ৷


উল্লেখযোগ্য যে, ৫ জুলাইৰ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অংগৰাগ পাপন মহন্তই ৷ অনুষ্ঠানৰ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ