--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ মাজতে ভতুৱা কুকুৰবোৰক সুৰক্ষিত ঠাইত পুনৰ বাসনৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়।

ডিজিটেল ডেস্ক : আঠ সপ্তাহৰ ভিতৰত দিল্লী-এন চি আৰৰ পৰা সকলো ভতুৱা কুকুৰ আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়াৰ পাছতেই সমগ্র দেশতে প্রতিক্ৰিয়াৰ সৃষ্টি হয়।


ইয়াৰ মাজতে ভতুৱা কুকুৰবোৰক সুৰক্ষিত ঠাইত পুনৰ বাসনৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়।


উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱইৰে গঠিত এখন বিচাৰপীঠে কয় যে এই বিষয়টোৰ ওপৰত আদালতে গুৰুত্বসহকাৰে বিবেচনা কৰিব। উল্লেখযোগ্য যে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই আদেশটো দিয়াৰ পাছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিছুমানে এই আদেশটোত 'সকাহ' অনুভৱ কৰিছিল আৰু এই আদেশক 'অযুক্তিকৰ' আখ্যা দি ইয়ে মানুহ- কুকুৰৰ মাজত সংঘাত বৃদ্ধি কৰিব বুলি সতৰ্ক কৰি দিছিল।


ভতুৱা কুকুৰৰ পুনৰবাসনৰ বাবে অনা আৱেদনখন মুখ্য ন্যায়াধীশক দৃষ্টিগোচৰ কৰাত বুধবাৰে পুৱা মুখ্য ন্যায়াধীশ গৱয়ে এই বিষয়ত ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ