--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায় সংৰক্ষিত ৰাখি বৃহস্পতিবাৰে ভতুৱা কুকুৰক পথত ভালদৰে চোৱাচিতা নকৰাৰ বাবে দিল্লী চৰকাৰ আৰু পৌৰ কৰ্তৃপক্ষক সমালোচনা কৰে।

ডিজিটেল ডেস্কঃ দিল্লী এন চি আৰৰ পৰা ভতুৱা কুকুৰক আঁতৰোৱা আৰু পুনৰ আশ্রয় দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে যোৱা ১১ আগষ্টত দিয়া ৰায়ক স্থগিত ৰাখিবলৈ কৰা আৱেদনসমূহৰ বিষয়ত উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায় সংৰক্ষিত ৰাখে।


উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায় সংৰক্ষিত ৰাখি বৃহস্পতিবাৰে ভতুৱা কুকুৰক পথত ভালদৰে চোৱাচিতা নকৰাৰ বাবে দিল্লী চৰকাৰ আৰু পৌৰ কৰ্তৃপক্ষক সমালোচনা কৰে।


উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়টোক স্থগিত ৰখাৰ বাবে কৰা আৱেদনসমূহৰ ৰায় কেতিয়া দিব শীর্ষতম চৰকাৰ আৰু পৌৰ কৰ্তৃপক্ষক সমালোচনা কৰি কয়, 'আপোনালোকে আইন বিধি প্রণয়ন কৰিছে, কিন্তু সেইসমূহ ৰূপায়ণ নকৰে, ভতুৱা কুকুৰৰ পৰা মানুহে কষ্ট ভোগ কৰি আছে, আনহাতে পশুপ্রেমীসকলে আইন-বিধি নমনা বুলি অভিযোগ কৰিছে।


পশু পৰিষদ অথবা কর্তৃপক্ষই একো নকৰে।' ন্যায়াধীশ বিক্রম নাথে দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অৰ্চনা পাঠক ডাবেক এইদৰে কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ