--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ আশংকা বৃদ্ধি কৰা পাকিস্তানৰ এই নতুন পাৰমাণৱিক কাৰ্যসূচীৰ বাবে পাকিস্তান-আমেৰিকা সম্পৰ্কত ফাট মেলাৰ উপক্ৰম হৈছে

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে আঘাত হানিব পৰাকৈ পাকিস্তানী সামৰিক বাহিনীয়ে চীনৰ সমর্থনত এটা পৰমাণুচালিত আন্তঃৰাষ্ট্ৰীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ বিকশিত কৰাৰ দিশত কাম কৰি আছে।



ভাৰতে পাকিস্তানত চলোৱা 'অপাৰেশ্যন সেন্দুৰ'ত বিধবস্ত হোৱা পাকিস্তানী সামৰিক বাহিনীয়ে শেহতীয়াকৈ চুবুৰীয়া মিত্রদেশ চীনৰ সহযোগত এই পাৰমাণৱিক শক্তি বিকশিত কৰাৰ কাৰ্যত লিপ্ত হৈছে।


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ভাৰতৰ প্রতি এই উদ্বেগজনক খবৰ প্রকাশ কৰিছে। আমেৰিকাৰ চোৰাংচোৱাৰ খবৰৰ উদ্ধৃতি দি দেশৰ বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয় যে পাকিস্তানে এই ইণ্টাৰকণ্টিনেন্টেল বেলিস্টিক মিছাইল (আই চি বি এম) বিকশিত কৰি আছে।


আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ আশংকা বৃদ্ধি কৰা পাকিস্তানৰ এই নতুন পাৰমাণৱিক কাৰ্যসূচীৰ বাবে পাকিস্তান-আমেৰিকা সম্পৰ্কত ফাট মেলাৰ উপক্ৰম হৈছে।নেডাৰলেণ্ডৰ দ্য হেগত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনত নাটোৰ দেশসমূহৰ নেতাই এই সিদ্ধান্ত লয়। নাটোৰ ৩২খন দেশৰ নেতাই শীর্ষ সন্মিলনৰ পাছত চূড়ান্ত বিবৃতিৱীুলৱূপৰ৬নীুন দি কয় যে ২০৩৫ চনৰ ভিতৰত নাটোৰ দেশসমূহৰ প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে জি ডি পিৰ ৫% বার্ষিক বিনিয়োগ কৰিব।


আনহাতে, নাটোৰ অন্যতম দেশ স্পেইনে ইতিমধ্যে কৈছে যে দেশখনে এই লক্ষ্য পূৰণ কৰিব নোৱাৰিব। স্পেইনে ট্রাম্পৰ এই প্ৰস্তাৱক বিৰোধিতা কৰি আজি শীর্ষ সম্মিলনখনত নেতাসকলৰ পৰা একাষৰীয়াকৈ থকা দেখা যায়।


আনহাতে, কানাডায়ো এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বুলি ঘোষণা কৰে। ইফালে, ৰাছিয়া আৰু ইউক্রেইনৰ সীমান্তত থকা পোলেণ্ড, তিনিখন বাল্টিক ৰাষ্ট্ৰ আৰু নর্ডিক দেশে জি ডি পিৰ ৫% শতাংশ ব্যয়ৰ সিদ্ধান্ত গ্রহণ কৰি ব্রিটেইন, ফ্রান্স, জার্মানি আৰু নেডাৰলেণ্ডৰ সৈতে সহমত ব্যক্ত কৰে। বিশেষকৈ ৰাছিয়াক প্রতিহত কৰাৰ বাবে আমেৰিকাৰ সমর্থনত নাটোৰ দেশসমূহে এই সিদ্ধান্ত লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ