--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩
  • ৩০ লাখ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আজি ঘোষণা কৰা হ’ব ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩.৩০ লাখ পৰীক্ষাৰ্থীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আজি ঘোষণা কৰা হ’ব ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী— চাৰিওটা শাখাৰে ফলাফল আজি পুৱা ১০:৩০ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰিব।


শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম ‘এক্স’ যোগে জনাইছে যে পুৱা ৭:৩০ বজাত আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰাৰ পাছত ঠিক ১০:৩০ বজাৰ পৰা পৰীক্ষাৰ্থীসকলে অনলাইনযোগে নিজৰ মাৰ্কশ্বীট আৰু ফলাফল চাব পাৰিব।


এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী ৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী এজন ৷


আনহাতে বাণিজ্য শাখাত এইবাৰ মুঠ ১৯, ৮০৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ১৩,৭৮২ গৰাকী ছাত্ৰ আৰু ৬,০২৪ গৰাকী ছাত্ৰী । বিজ্ঞান শাখাত মুঠ ৬১,৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । ইয়াৰ ভিতৰত ৩৪,৮০১ ছাত্ৰ, ২৬,৭৬৬ ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এগৰাকী । বৃত্তিমুখী শাখাত ১,৫০৫ পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীণ হৈছে । ইয়াৰ ভিতৰত ৮৮৭ গৰাকী ছাত্ৰ আৰু ৬১৮ গৰাকী ছাত্ৰী ।




https://ahsec.assam.gov.in

https://iresults.net

https://www.vidyavision.com

https://www.indiaresults.com

https://www.jagranjosh.com

https://www.assamresult.in

https://www.ndtv.com

https://assamjobalerts.com

https://www.fastresult.in

https://results.digilocker.gov.in

https://www.necareer.com

https://www.results.shiksha



পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ আনুষ্ঠানিক ৱেবছাইটৰ লগতে ওপৰত উল্লেখ কৰা প’ৰ্টেলত ফলাফল লাভ কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ