--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰৱৰ্তী সময়ত মৈৰাবাৰীৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ মবিন আলমক মটৰ চাইকেল সহ গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্ক: মৈৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চোৰ। চোৰ দুটা ক্ৰমে মৈৰাবাৰী থানা এলেকাধীন হাতিমূৰীয়া গাঁৱৰ মাছুদুল ইছলাম আৰু তাঁতীকটা গাঁৱৰ মবিন আলম।


কিছুদিন পূৰ্বে নগাঁও জিলাৰ ধিং থানা এলেকাধীন কাচখাটিৰ পৰা AS21G-9129 নম্বৰৰ এখন চুৰি হোৱা মটৰ চাইকেল সহ মাছুদুল ইছলাম ওৰফে মাছুমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত মৈৰাবাৰীৰ ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ মবিন আলমক মটৰ চাইকেল সহ গ্ৰেপ্তাৰ কৰে।


মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ১১১/২৫ ক্ৰমে আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ