--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোপাধৰা কৰায়ত্ত কৰা বুলি খবৰ বিয়পি পৰাৰ লগে লগে শ শ লোকৰ সমাগম হয় গাঁওখনত। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উক্ত স্থানত।

ডিজিটেল ডেস্ক: সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বৰপেটা জিলাৰ বাঘমাৰাচৰত। 


পুৱতি নিশা দুই বজাত গাঁওখনৰ এঘৰ মানুহৰ ঘৰৰ বাৰান্দাত এগৰাকী অচিনাকি লোকক বহি থকা অৱস্থাত দেখি হুৱাদুৱা লাগে ঘৰখনত। 


পিছত লোকজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে ৰাইজে। ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে লোকজনক থানালৈ লৈ যায়। 


ইপিনে সোপাধৰা কৰায়ত্ত কৰা বুলি খবৰ বিয়পি পৰাৰ লগে লগে শ শ লোকৰ সমাগম হয় গাঁওখনত। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উক্ত স্থানত । 


উল্লেখ্য যে, যোৱা কিছুদিন ধৰি বিভিন্ন প্ৰান্তত এনে সোপাধৰাৰ ঘটনাক লৈ ঠায়ে ঠায়ে আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

             


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ