--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী ৰোগীৰ লগত অহা দুই যুৱকৰ এই আক্ৰমণৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ ।

ডিজিটেল ডেস্ক: বোকাখাত মহকুমা চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ উদণ্ড যুৱকৰ। চিকিৎসালয়খনত নিশা ৰোগীক চোৱা-চিতা কৰি থকাৰ সময়তে এগৰাকী জ্যেষ্ঠ চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ কৰে দুই যুৱকে।

এগৰাকী ৰোগীৰ লগত অহা দুই যুৱকৰ এই আক্ৰমণৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ ।

চিচি টিভি কেমেৰাত আৱদ্ধ চিকিৎসক আক্ৰমণৰ দৃশ্য ।

এই ঘটনাৰ উচিত তদন্ত কৰি উদণ্ড দুই যুৱকক শাস্তি প্ৰদানৰ দাবী চিকিৎসালয়খনৰ বিষয়া-কৰ্মচাৰীৰ ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক