--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বৰ অধুনালুপ্ত চৰাইবিধ ২০২২ চনত তিনিচুকীয়াৰ মাগুৰিবিলত প্ৰত্যক্ষ কৰাৰ বিপৰীতে ২০২৪ চনত মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকে প্ৰত্যক্ষ কৰিছিল।

ডিজিটেল ডেস্ক: মানস ৰাষ্ট্ৰীয় উদ্যান লৈ সুখবৰ। মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে মাণ্ডাৰিন হাঁহ। 


ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত দেখিবলৈ পোৱা গৈছে এইবিধ পৰিভ্ৰমী চৰাই। উল্লেখ্য যে এইবিধ পৰিভ্ৰমী চৰাই সাধাৰণতে জাপান আৰু পূৱ চীনত পোৱা যায়। 


বিশ্বৰ অধুনালুপ্ত চৰাইবিধ ২০২২ চনত তিনিচুকীয়াৰ মাগুৰিবিলত প্ৰত্যক্ষ কৰাৰ বিপৰীতে ২০২৪ চনত মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকে প্ৰত্যক্ষ কৰিছিল। 


সম্প্ৰতি এইবিধ পৰিভ্ৰমী চৰাই পুনৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে। প্ৰণিধানযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা। 


উদ্যানখনত প্ৰত্যক্ষ কৰা হৈছে ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ যোৱা বহু প্ৰজাতিৰ চৰাই- চিৰিকটিৰ লগতে জন্তু। 


প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মানসত মাণ্ডাৰিন ৰজাহাঁহৰ উপৰিও উলুমৰা চৰাইৰ লগতে সোণালী মেকুৰী দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন