--°C
Loading...
Listen to Article
2 min read
80%

কাবুল: আফগানিস্তানত তালিবানে চলোৱা বৰ্বৰতাৰ পাছতে আৰবত আশ্ৰয় লৈছে আফগানিস্তানৰ ৰাষ্ট্রপতিয়ে৷ নিৰৱতা ভংগ কৰি আশ্ৰফ গনিয়ে এক ভিডিঅ’ বাৰ্তাযোগে মতপ্ৰকাশ কৰে৷ দেশত্যাগ নকৰা হ’লে প্ৰৱল ৰক্তপাত হ’লহেঁতেন বুলিও উল্লেখ কৰে বাৰ্তাত৷

ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ পৰা পলায়ন কৰাক লৈ অৱস্থানক লৈ ৰহস্যৰ সৃষ্টি হৈছিল৷ ভিডিঅ’ৰ জৰিয়তে ৰাষ্ট্রপতিগৰাকীয়ে কয় যে, যদিহে তেঁও দেশ ত্যাগ নকৰিলহেঁতেন তেন্তে তালিবানীয়ে আফগানীসকলক ‘হয়তো হত্যা কৰি লাইটপোষ্টত ওলমাই থ’লেহেঁতেন’৷

দেওবাৰে দেশৰ পৰা পলাইছিল আশ্ৰফ গনিয়ে৷ শীঘ্ৰে আফগানিস্তানলৈ প্ৰত্যাৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে গনিয়ে৷ বৰ্তমান আৰবত আশ্ৰয় লোৱাৰ কথা স্বীকাৰ কৰে দেশখনে৷ মানৱীয় দৃষ্টিৰে গনিক আশ্ৰয় দিয়া বুলি প্ৰকাশ কৰিছে ভিডিঅ’টোত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ