--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : প্ৰায় অনায়াসে আফগানিস্তান দখল কৰাৰ পাছত সম্প্ৰতি তাত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে তালিবান সন্ত্ৰাসবাদী। তালিবানৰ এজন কামাণ্ডাৰ তথা হাক্কানী নেটৱৰ্ক সন্ত্ৰাসবাদী সংগঠনৰ জ্যেষ্ঠ নেতা আনিছ হাক্কানীয়ে আজি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাইক সাক্ষাৎ কৰে।

তালিবানৰ এক সূত্ৰই হাক্কানীয়ে আলোচনাৰ বাবে কাৰজাইক সাক্ষাৎ কৰা বুলি প্ৰকাশ কৰিছে।এই আলোচনাৰ সময়ত কাৰজাইক সংগ দিয়ে পুৰণি চৰকাৰৰ মু্খ্য শান্তিৰ দূত আব্দুল্লা আব্দুল্লাই। অৱশ্যে এই আলোচনাৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে তালিবানৰ সদস্যজন।

উল্লেখ্য যে, হাক্কানী নেটৱৰ্ক তালিবানৰ এক গুৰুত্বপূৰ্ণ অংশ। এই গোটটোৱেই দেশখনৰ ৰাজধানী কাবুল দখল কৰিছে। পাকিস্তান সীমান্তত খোপনি পুতি থকা এই সন্ত্ৰাসবাদী গোটটোৱেই বিগত সময়ছোৱাত আফগানিস্তানত হোৱা ভালেমান ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ