--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধৰ অন্ত পেলোৱাৰ বাবে প্রচেষ্টা চলাই থকাৰ মাজতে ইউক্রেইনে বৃহস্পতিবাৰে ৰাছিয়াৰ দক্ষিণ কুস্ক অঞ্চলত নতুনকৈ আক্ৰমণ কৰে। 

ইউক্রেইনৰ সেনাই ৰাছিয়াৰ সীমাৰ দক্ষিণ-পূবৰ চুডঝা অতিক্ৰম কৰি পাঁচ কিল'মিটাৰ অগ্ৰসৰ হৈ বৃহস্পতিবাৰে কুস্ক অঞ্চলত নতুনকৈ আক্ৰমণৰ সূচনা কৰে।

আমেৰিকা-ভিত্তিক এটা যুদ্ধ বিশেষজ্ঞ প্রতিষ্ঠানে প্রকাশ কৰা অনুসৰি, এই আক্ৰমণৰ জৰিয়তে ইউক্রেইনে অঞ্চলটো দখল কৰাৰ বাবে নে ইউক্রেইনৰ প্ৰতিৰক্ষা স্থিতি পুনৰ শক্তিশালী কৰাৰ বাবে কৰিছে, সেইটো এতিয়াও স্পষ্ট হোৱা নাই।

(উৎস দৈনিক জনমভূমি)




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ