--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ গাজীপুৰ জিলা প্রশাসকৰ কাৰ্যালয়ৰ সন্মুখত বৈষম্য বিৰোধী আন্দোলনৰ শিক্ষার্থীসকলক লক্ষ্য কৰি শুকুৰবাৰে দুবৃর্ত্তই আক্রমণ চলায়। 

শুকুৰবাৰে সন্ধিয়া চহৰখনৰ জোৰ পুখুৰী পাৰৰ দিশৰ পৰা মটৰচাইকেলেৰে অহা দুর্বৃত্তই শিক্ষার্থীসকলক লক্ষ্য কৰি গুলীচালনা কৰে। এই গুলীচালনাত মোবাশ্বেৰ হোসেন (২৬) নামৰ ছাত্ৰজন আহত হয়। আনহাতে, বাংলাদেশৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক কৰাৰ লক্ষ্যৰে আৰু সন্ত্রাসবাদীবোৰক আইনৰ আওতালৈ আনিবলৈ শনিবাৰৰ পৰা গাজীপুৰ এলেকাসহ সমগ্র দেশতে যৌথ বাহিনীৰ সমন্বয়ত 'অপাৰেশন ডেভিল হান্ট” দেশখনৰ অন্তৰ্বতী চৰকাৰে আৰম্ভ কৰে। শনিবাৰে ঢাকাৰ গৃহ মন্ত্ৰ্যালয়ে নিৰাপত্তা বাহিনীৰ সমন্বয়ত অনুষ্ঠিত কৰা এখন বৈঠকত এই সিদ্ধান্ত লয়।

(উৎস দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ