--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ভাইজান ছলমান খান অভিনীত বহুচৰ্চিত ছবি ‘ৰাধে : ইঅ’ৰ মোষ্ট ৱাণ্টেড ভাই’ৰ ট্ৰেইলাৰ মুকলিৰ পাছতে ব্যাপক চৰ্চা চলিছে। ছবিখনৰ ট্ৰেইলাৰক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পোৱা হৈছে অনুৰাগীসকলৰ মাজত। বহুতে ‘ৰাধে’ত তাৰকাগৰাকীৰ পূ্ৰ্বৰ জনপ্ৰিয় ছবি ‘ৱাণ্টেড’ আৰু ‘দাবাং’ৰ প্ৰতিচ্ছবি দেখা পাইছে।

আৰু পঢ়িব পাৰিব: ৰেড জ’ন ভাৰত! ছীডনীলৈ হ্ৰাস হ’ব বিমান সেৱা

‘ৰাধে’ ছবিতো তাৰকাগৰাকীয়ে এগৰাকী দুৰ্দান্ত আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপেই যাৰ পৰিচয়। ছবিখনত ছলমানৰ চিৰপৰিচিত ‘দাবাং’ ৰূপৰ লগতে সমানে চৰ্চা লাভ কৰিছে দিশা পটানিৰ সৈতে তেওঁৰ যুটিয়ে। ছবিখনৰ ট্ৰেইলাৰৰ এটা অংশত ছলমানে নায়িকাক চুম্বন কৰাৰ ছয়াময়া দৃশ্যই সবাতোকৈ অধিক চৰ্চা লাভ কৰিছে। চৰ্চা হৈছে পৰ্দাত ছলমানৰ ‘ন’ কিছ পলিচী’ এই দৃশ্য সন্নিৱিষ্ট কৰাৰ লগে লগে ভংগ হোৱা বুলিও প্ৰবল চৰ্চা চলিছে।

আৰু পঢ়িব পাৰিব: আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ…

ছবিখনৰ প্ৰতি অনুৰাগীৰ উৎকণ্ঠা এই দৃশ্যই যে অধিক বৃদ্ধি কৰি তুলিলে সেয়া নিশ্চিত। প্ৰভু দেবাৰ পৰিচালনাৰে ১৩ মে’ত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ দিনটোলৈ এতিয়া অধীৰ অপেক্ষা কৰিছে ছলমানৰ অনুৰাগীসকলে। ছলমানৰ লগতে এই ছবিৰ কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰণদ্বীপ হুডা, জেকী শ্ৰফ আদিৰ দৰে তাৰকায়ো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ