--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ মাৰ যোৱা নাই আফগানিস্তানৰ আতংক! ইয়াৰ মাজতে নিতৌ ন-ন চিন্তা উদ্ৰেগকাৰী তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ জেৰেমি ৱাইজ, বেন ৱাইজ আৰু বেউ ৱাইজ নামৰ তিনিজন ভাতৃৰ হৃদয়বিদাৰক ঘটনাই বক্ষ বিদীৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ হৈ আফগান যুদ্ধত অংশগ্ৰহণ কৰিছিল ৩ ভাতৃ। কিন্তু আফগানিস্তানৰ মহাসমৰত বেউ ৱাইজেহে তাৰ পৰা জীৱিত অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হৈছে। আন দুজন ভাতৃ ইতিমধ্যে যুদ্ধত নিহত হৈছে। জানিবলৈ পোৱা মতে, আফগানিস্তানৰ উত্তৰ অংশত তালিবানৰ সৈতে হোৱা বন্দুকযুদ্ধত বেন ৱাইজ নিহত হৈছিল আৰু জেৰেমি ৱাইজ দক্ষিণ-পূৱৰ এটা সংস্থাৰ ঘাটিত তালিবানৰ আত্মঘাটী বোমা বিস্ফোৰণত নিহত হৈছিল।


গণতান্ত্ৰিক চৰকাৰক বলপূৰ্বকভাৱে ওফৰাই আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ ২০ বছৰৰ পাছৰ তালিবান পূৰ্বতকৈ অধিক শক্তিশালী বুলি প্ৰাক্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিন চাৰ্জেন্ট বিউ ৱাইজে আশংকা প্ৰকাশ কৰিছে। দ্য ৱাশ্বিংটন পোষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেউ ৱাইজে এই বিষয়ে সদৰী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ