--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ তালিবানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ যুযুধান যুঁজত অৱতীৰ্ণ হৈছে নৰ্দাৰ্ণ এলায়েন্স। আফগানিস্তানৰ বানু প্ৰদেশত নিহত প্ৰাদেশিক শীৰ্ষ নেতা। তদিও, তিনিজন তালিবান কমাণ্ডাৰসহ ৫০ জন লোকৰ মৃত্যু হয়।


জানিবলৈ পোৱা মতে, উত্তৰ মিত্ৰজোঁটে আন্দাৰাব অঞ্চলত চৰম প্ৰতিৰোধৰ সন্মুখীন হৈছে। ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত আফগানসকলে একাধিক তালিবানক নিৰ্মূল কৰিবলৈ সক্ষম হোৱাৰ খবৰ আহিছে। ২০জন তালিবানীক বন্দী কৰিছে নৰ্দান এলায়েন্সে আনহাতে নৰ্দাৰ্ণ এলায়েন্সৰ এজন সদস্যই তালিবানৰ হাতত মৃত্যুবৰণ কৰাৰ লগতে আহত হৈছে ৬জন।

আনহাতে, কাবুল দখলৰ পাছত তালিবানৰ চকু পৰিছে পঞ্জশিৰত। সম্প্ৰতি পঞ্জশিৰ প্ৰদেশ ঘেৰি ধৰিছে তালিবানে। পঞ্জশিৰৰ পুলটোত বানু, বডী শ্লেহ আৰু হেচাৰ নামৰ ৩ অঞ্চলৰ অধিকাৰও কৰিছে তালিবানে। নৰ্দাৰ্ণ এলায়েন্সে পঞ্জশিৰত তালিবানৰ বিৰুদ্ধে শক্তিশালী সমৰত আত্মনিয়োগ কৰিছে। পৰৱৰ্তী সময়ত নৰ্দান এলায়েঞ্চে তালিবানী সমৰক কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ