--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ বি়গত কিছুদিন ধৰি তালিবানে আফগানিস্তানৰ ভিন্ন স্থানত নিৰাপত্তা বাহিনীৰ সৈতে তীব্ৰ যুঁজ দি আহিছে। ইয়াৰে ভিতৰত, তালিবানী সংগঠনটোৱে উল্লেখযোগ্য বহুতো প্ৰদেশৰ ৰাজধানী দখল কৰিছে। আফগানিস্তানৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত ৩হাজাৰ সেনা মোতায়েনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


আফগান সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, তালিবানৰ হাতত কাবুল দ্ৰুতগতিত ধ্বংস হ’ব পাৰে বুলি প্ৰকাশ পোৱা আশংকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতিবিদ আৰু নাগৰিকসকলক স্থানান্তৰ কৰাৰ প্ৰস্তুতি চলি আছে। দেশখনে মুখ্যতঃ এই সৈন্যসকলক এই প্ৰক্ৰিয়াটোত সহযোগিতা কৰিবলৈ প্ৰেৰণ কৰিছে।

পেণ্টাগনৰ মুখপাত্ৰজন কাৰ্বিয়ে জনাইছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰই দূতাবাসৰ পৰা কৰ্মচাৰীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ ৩হাজাৰ সেনা মোতায়েন কৰিব। ২৪-৪৮ ঘণ্টাৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিনৰ দুটা বেটেলিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ এটা বেটেলিয়ন কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰত উপস্থিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ